Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ
গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন বজাৰৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত এংকৰেজত অংশগ্ৰহণ কৰিছে ফ্ৰেঞ্চাইজি ইনচাইডাৰে। উত্তৰ পূবৰ ভিতৰত গুৱাহাটীত ফ্ৰেঞ্চাইজি ইনচাইডাৰে প্ৰথমটো কাৰ্যলয় মুকুলি কৰিছে। ফ্ৰেঞ্চাইজি …