26 killed In Maharashtra : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৬ জনকৈ লোকৰ
নিউজ ডেস্ক, ১ জুলাই, ২০২৩ : ভয়ংকৰ দুর্ঘটনা। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৬ জনকৈ লোকৰ। শুকুৰবাৰে নিশাৰ ভাগত এক পথ দুর্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৬ জনকৈ লোকৰ মৃত্যু হৈছে (Maharashtra Bus Accident)। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী ডিভাইডাৰত খুন্দা মাৰি …