Dream Zone : আই টি এ মাছখোৱাত বিশাল অনুষ্ঠান আয়োজনেৰে সৃষ্টিশীল ছাত্ৰ-ছাত্ৰীক মঞ্চ প্ৰদান ড্ৰীম জ’নৰ
গুৱাহাটী : চি এ ডি ডি চেণ্টাৰ ট্ৰেইনিং চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ সৃষ্টিশীল দক্ষতা বিকাশৰ ক্ষেত্ৰৰ অন্যতম পদক্ষেপ ‘ড্ৰীম জ’ন স্কুল অৱ ক্ৰিয়েটিভ ষ্টাডিজ’ৰ (Dream Zone) উদ্যোগত প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা আৰু কৰ্মৰ ওপৰত আলোকপাত কৰিবলৈ এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে ১৭ …