Attempt To kill : সৰু বোৱাৰীয়ে হত্যাৰ অপচেষ্টা চলালে শাহুৱেকক
তিনিচুকীয়া, ২৭ মে’ : এক জঘন্য ঘটনাই জোকাৰি গ’ল ৰূপজান গাঁও। সৰু বোৱাৰীয়ে হত্যাৰ অপচেষ্টা চলালে শাহুৱেকক। হাতত চোকা অস্ত্ৰ লৈ সৰু বোৱাৰীয়ে উপৰ্যুপৰি আক্ৰমণ চলালে শাহুৱেকৰ ওপৰত (Daughter-in-।aw attack on Mother-in-law) চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত শাহুৱেক চিকিৎসালয়ত …