Farmers Awareness Camp : সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা আৰু পথাৰ দিৱস সম্পন্ন

গোলাঘাট : সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা (Farmer Awareness Camp) আৰু পথাৰ দিৱস সম্পন্ন। গোলাঘাট জিলাৰ সৰুপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং পদুমনি গাঁৱত ‘প্ৰাকৃতিক কৃষি’ সন্দৰ্ভত এখন সজাগতা সভা আৰু সৰিয়হৰ পথাৰ দিৱস উদযাপন কৰা হয়। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা …

Round Table India : ৰাউণ্ড টেবল ইণ্ডিয়া আৰু লেডীছ চৰ্কল ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হ’ল চাৰিটাকৈ শ্ৰেণী কোঠা ব্লক

গুৱাহাটী : ৰাউণ্ড টেবল ইণ্ডিয়া (Round Table India) আৰু লেডীছ চৰ্কল ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হ’ল চাৰিটাকৈ শ্ৰেণী কোঠা ব্লক। ৰাউণ্ড টেবল ইণ্ডিয়া (আৰটিআই) আৰু লেডিজ চাৰ্কল ইণ্ডিয়া (এলচিইণ্ডিয়া) গুৱাহাটী অধ্যায়, গুৱাহাটী চহৰৰ ২৩৯ (জিচিআৰটি ২৩৯) আৰু গুৱাহাটী চহৰৰ লেডিজ …

Jorhat Fire : বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত তিনি শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান

যোৰহাট : বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত (Jorhat Fire) তিনি শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান। বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাৰ। বৰ্তমানেও নিৰ্বাপন হোৱা নাই জুই। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীছে জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে। বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হোৱা …

AJP : ১১ টা লোকসভা সমষ্টিত পৰ্যবেক্ষক নিযুক্তি অসম জাতীয় পৰিষদৰ

গুৱাহাটী : আসন্ন লোকসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে আঞ্চলিক দল অসম জাতীয় পৰিষদে (AJP)। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে অসমৰ ১১ টা লোকসভা সমষ্টিত দলীয় পৰ্যবেক্ষক নিযুক্ত কৰিছে অসম জাতীয় পৰিষদে। দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ দ্বাৰা স্বাক্ষৰিত দলীয় অধিসূচনা মতে, ডিব্ৰুগড় …

Lux : জেকলিন ফাৰ্ণাণ্ডেজ লাক্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তি

গুৱাহাটী : দেশৰ অন্যতম বৃহৎ ইনাৰ-ৱেৰ পোছাক নিৰ্মাতা প্ৰতিষ্ঠান লাক্স (Lux) ইণ্ডাষ্ট্ৰিজ লিমিটেডে পুৰুষৰ ইনাৰ-ৱেৰ ব্ৰেণ্ড ‘লাক্স কোজি’ৰ প্ৰচাৰৰ বাবে বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক চুক্তি কৰিছে। “ইয়ে নহি তো কুছ নাহি” ইয়াৰ টিভিচি প্ৰচাৰে কেৱল লিংগ গতানুগতিকতাক প্ৰত্যাহ্বান জনোৱাই …

Child Marriage : মই ভাল পাই বিয়া পাতিছোঁ, মই নিজে আহিছোঁ, মোৰ স্বামীৰ দোষ নাই

Abdul Roof গৰৈমাৰী : মই ভাল পাই বিয়া পাতিছোঁ, মই নিজে আহিছোঁ, মোৰ স্বামীৰ দোষ নাই। দোষ মোৰ, লাগিলে মোক লৈ যাওঁক। মোৰ মা, দেউতা কোনো নাই, এতিয়া মোৰ দায়িত্ব কোনে ল’ব? তেঁওক নিলে মোকো নিব লাগিব। থানাৰ সন্মুখত এগৰাকী …

YouTubeer Found Dead : মহানগৰীত এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী : এক ৰহস্যজনক মৃত্যু। মহানগৰী গুৱাহাটীত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। মৃত যুৱতী গৰাকী আছিল জনপ্ৰিয় ইউটিউবাৰ (YouTuber Found Dead)। তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল জনপ্ৰিয় ইউটিউবাৰ গৰাকী। ইউটিউবাৰ গৰাকীৰ স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহানগৰীৰ …

Thief Gang : কাঁহ-পিতলৰ দোকানলৈ পৰিণত হ’ল বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা

Joonmani Begum বিশ্বনাথ : কাঁহ-পিতলৰ দোকানলৈ পৰিণত হ’ল বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা। বৃহৎ চোৰৰ দল (Thief Gang) এটাক গ্ৰেপ্তাৰ কৰিলে বিশ্বনাথ আৰক্ষীয়ে। দীর্ঘদিন ধৰি বিশ্বনাথত সন্ত্ৰাস চলাই অহা চোৰৰ দলটো বিশ্বনাথ আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল। বিশ্বনাথ আৰক্ষীয়ে অৱশেষত …

Binita Devi : বিনীতা দেৱীলৈ ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২

গুৱাহাটী : বিনীতা দেৱীলৈ (Binita Devi) ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২। ৰাজস্থানৰ নোখাৰ মুকামত দুদিনীয়া কাৰ্যসূচীৰে ১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ দ্বাৰা “তৃতীয় ভাৰত বিজ্ঞান টেকন’ উৎসৱ, ২০২৩” চলি আছে। উক্ত কাৰ্যক্ৰমত ৰাষ্ট্ৰীয় আৰু …

Sports : একল অভিযানৰ প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজ্বলিল উত্তৰ-পূবৰ খেলুৱৈ

গুৱাহাটী : একল অভিযানৰ অধীনৰ লক্ষ্ণৌৰ অভ্যুদয় যুৱ ক্লাবে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া (Sports) প্ৰতিযোগিতাত উত্তৰ-পূবৰ খেলুৱৈ সকলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। অসম আৰু উত্তৰ-পূবৰ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলে মুঠ ১৪ টা পদক জয় কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে। …