World Record : বিশ্ব অভিলেখৰ বাবে প্ৰস্তুত কামৰূপ মহানগৰ জিলা প্ৰশাসন
গুৱাহাটী : বিশ্ব অভিলেখৰ (World Record) বাবে গুৱাহাটীলৈ আহিবলগীয়া বিহুৱা-বিহুৱতীক আদৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন। দুই শতাধিক হোটেল, লজ, হোষ্টেলত থাকিব প্ৰায় বাৰ হেজাৰ যুৱক-যুৱতী। হোটেল, ল’জ কৰ্তৃপক্ষৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু …