Assamese Superstar : অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা নিপন গোস্বামীৰ দেহাৱসান

গুৱাহাটী : অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা (Assamese Superstar) নিপন গোস্বামীৰ দেহাৱসান। বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা গৰাকীৰ দেহাৱসান ঘটে। চিকিৎসাধীন অৱস্থাত মহানগৰী গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তাৰকা অভিনেতা নিপন গোস্বামীয়ে। বৃহস্পতিবাৰে পুৱাৰ …

Guwahati : গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধন, যান-বাহন ব্যৱস্থাপনা, পানী যোগান ব্যৱস্থা, মিছন অম্ৰুটৰ কাম-কাজ আদি বিষয়ত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো বৈঠক

গুৱাহাটী : গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে (Ashok Singhal) বুধবাৰে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধন, যান-বাহন ব্যৱস্থাপনা, পানী যোগান ব্যৱস্থা, মিছন অম্ৰুটৰ কাম-কাজ আদি বিষয়ত সুকীয়া সুকীয়াকৈ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত …

Cyclone Sitrang : বাংলাদেশত ঘূৰ্ণীবতাহ চিত্ৰাঙৰ তাণ্ডৱলীলা : ভাৰতৰ কেইবাখনো ৰাজ্য প্ৰভাৱিত

নিউজ ডেস্ক : বংগোপ সাগৰৰ পৰা উঠি অহা ঘূৰ্ণীবতাহ চিত্ৰাঙ (Cyclone Sitrang) বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বাংলাদেশত বৰ্তমানলৈকে ঘূর্ণীবতাহ চিত্ৰাঙৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু হৈছে। ভাৰতৰ কেইবাখনো ৰাজ্যত ঘূৰ্ণীবতাহ চিত্ৰাঙকলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, …

IIT : ৰাজনৈতিক মেৰপেছৰ অৱসান ঘটাই সাম্প্ৰদায়িক ঐক্যতা আনিব লাগিব : ডঃ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী : যোৱা ২৩ অক্টোবৰত দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জী চমুকৈ আই আই টিৰ (IIT) ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আগন্তুক ২০২৩ বর্ষৰ বিখ্যাত অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি “ঐক্যম” নামৰ এক সাম্প্ৰদায়িক সদ্ভাৱনামূলক বিশেষ কার্যসূচী অনুষ্ঠিত হৈ যায়। …

Car Lifter : যুৱতী আৰু মহিলাসহ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ চক্ৰৰ সদস্য

জোনমণি বেগম বিশ্বনাথ : আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ (Car Lifer) চক্ৰৰ সদস্য। যুৱতী আৰু মহিলাসহ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ চক্ৰৰ সদস্য। কুখ্যাত গাড়ী চোৰ চক্ৰটোৰ পাঁচ গৰাকী সদস্যক বিলাসী গাড়ী বিক্ৰী কৰাৰ চেষ্টা চলাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা …

Fire Incident : দেৱালীৰ উখল মাখল পৰিৱেশৰ মাজতে ফটকাৰ দোকানত অগ্নি সংযোগ

যতীন নাথ মাজবাট : দেৱালীৰ উখল মাখল পৰিৱেশৰ মাজতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ফটকাৰ দোকান এখনত অগ্নি সংযোগ (Fire Incident) কৰাৰ ঘটনা সংঘটিত হৈছে। ফটকাসহ দোকানখনৰ প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত। পোহৰৰ উৎসৱ দেৱালীৰ উখল মাখল পৰিৱেশৰ মাজতে …

USTM :ইউ এছ টি এমত উত্তৰ-পূবত স্বাস্থ্যসেৱাৰ পদক্ষেপৰ ওপৰত বিশিষ্ট চিকিৎসকৰ আলোচনা

নিউজ ডেস্ক : এখন মেডিকেল কলেজ আৰু হাস্পাতাল আৰম্ভ কৰোতে অহা সমস্যা আৰু প্ৰত্যাহ্বানসমূহ বুজিবলৈ অঞ্চলটোৰ ৫০ জনতকৈ অধিক বিশিষ্ট আৰু প্ৰগতিশীল চিকিৎসকে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত এক স্পন্দনশীল আলোচনাত অংশগ্ৰহণ কৰে। পি এ চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড …

USTM : ইউ এছ টি এমত উত্তৰ-পূবৰ গৱেষক পণ্ডিতসকলক সম্বোধন কৰিব আইআইএছচি বাংগালুৰুৰ সঞ্চালকে

নিউজ ডেস্ক : গৱেষণা আৰু উদ্ভাৱনৰ দিশত যুৱ মনক উৎসাহিত কৰাৰ এক উৎকৃষ্ট মঞ্চ প্ৰদানৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে (USTM) ৩১ অক্টোবৰ ২০২২ ত উত্তৰ-পূব গৱেষক পণ্ডিতসকলৰ সন্মিলনৰ আয়োজন কৰিছে। বিষয়, ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি …

IIT Guwahati : গুৱাহাটী আই আই টিৰ অলচাৰিংগা কাৰ্যসূচীত উপস্থিত থাকিব ডঃ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী : দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জী চমুকৈ আই আই টি (IIT Guwahati)। উত্তৰ গুৱাহাটীত অৱস্থিত আই আই টিত আগন্তুক ২০২৩ বর্ষৰ বিখ্যাত অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৩ অক্টোবৰ দেওবাৰে অনুষ্ঠিত কৰা হ’ব “ঐক্যম” নামৰ এক সাম্প্ৰদায়িক …

Ayurveda : জন আৰোগ্য’ৰ বাবে আয়ুৰ্বেদক ‘জন আন্দোলন’ হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান প্ৰতিশ্ৰুতিবদ্ধ

গুৱাহাটী : ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদ (CCRAS)ৰ অধীনস্থ প্ৰতিষ্ঠান কেন্দ্ৰীয় আয়ুৰ্বেদ (Ayurveda) গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটীয়ে এখন সুস্থ-সবল সমাজৰ বাবে আয়ুৰ্বেদক গণ আন্দোলন হিচাপে গঢ়ি তোলাৰ দিশত পূৰ্ণ দায়বদ্ধতা প্ৰকাশ কৰিছে। এই বৰ্ষৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ …