Actress Bhagyashree : সংযুক্তা দত্তৰ “পলাশ”ৰ ৰেচমী মেখেলা চাদৰ পিন্ধি ৰেম্পত বলিউডৰ অভিনেত্ৰী ভাগ্যশ্ৰী

নিউজ ডেস্ক : নব্বৈৰ দশকত “মেইনে প্যাৰ কিয়া” ছবিখনত নায়িকাৰ অভিনয়ৰে দেশে-বিদেশে আলোড়নৰ সৃষ্টি কৰা তথা বলিউডৰ সৌন্দৰ্যৰ ৰাণী হিচাপে জনপ্ৰিয় হৈ পৰা মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰীয়ে (Bhagyashree) বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তৰ মেখেলা চাদৰ পিন্ধি খোজ দিলে …

Wild Animals : তিনিখনকৈ বাহনৰ পৰা ১৪০ টা দুষ্প্ৰাপ্য বন্যপ্ৰাণী উদ্ধাৰ

মিজোৰাম : মিজোৰাম আৰক্ষীয়ে ৰাজ্যিক আবকাৰী আৰু মাদক দ্ৰব্য বিভাগৰ লগত যুটীয়া অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে। তিনিখনকৈ বাহনৰ পৰা ১৪০ টা দুষ্প্ৰাপ্য বন্যপ্ৰাণী (Wild Animals) উদ্ধাৰ কৰিছে দলটোৱে। তিনিজনকৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহকাৰী জালত পৰিছে। উত্তৰ পূবৰ মাজেৰে ড্ৰাগছৰ …

Football Players of Meghalaya : মেঘালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ সকলক মেক্স চিমেণ্টৰ সম্বৰ্ধনা

শ্বিলং : উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড মেক্স চিমেণ্টে মেঘালয়ৰ আন্তঃবিদ্যালয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ (Football Players of Meghalaya) সকলক সম্বৰ্ধনা জনাইছে। চিমেণ্ট ব্ৰেণ্ডটোৱে কলা, সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ প্ৰচেষ্টাক উৎসাহিত কৰাৰ আদৰ্শৰ …

BOI Exhibition : গুৱাহাটীত বুটিকছ অৱ ইণ্ডিয়াৰ ৩৩ তম গ্ৰীষ্মকালীন প্ৰদৰ্শনী

গুৱাহাটী : দেশৰ অন্যতম জনপ্রিয় প্ৰদৰ্শনী বুটিকছ অৱ ইণ্ডিয়া চমুকৈ বি অ’আইৰ(BIO) ‘ফেষ্টিভ এডিচন’ ৩৩ তম প্রদর্শনী গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। প্ৰদৰ্শনী উদ্বোধন কৰে লেডিজ চাৰ্কোল ইণ্ডিয়া এৰিয়া ১৪ ৰ অধ্যক্ষ বন্দনা আগৰৱাল, গুৱাহাটী চিটী লেডিজ চাৰ্কোল ১৫৯ …

অন্ধকাৰৰ দিশত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত

কলগাছিয়া : অন্ধকাৰৰ দিশত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। নৈৰ বুকুত বিলীন হোৱাৰ পথত এখন বিদ্যালয় (Beki River Erosion)। বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়াই সংকট নমাই আনিছে এখন বিদ্যালয়ৰ প্ৰতি। বিগত কিছুদিন ধৰি বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে …

District Transport Officer : পৰিবহন বিভাগৰ বিষয়াৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে ৩৬ লাখ টকা

কোকৰাঝাৰ : পৰিবহন বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ (District Transport Officer) ঘৰত চলিল আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত পৰিবহন বিভাগৰ বিষয়া গৰাকীৰ ঘৰৰ পৰা জব্দ ৩৬ লাখ টকা। নগদ ৩৬ লাখ টকাসহ পৰিবহন বিভাগৰ বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিবাৰক …

JAFA Journalist Award : বিশ্বনাথৰ সাংবাদিক চন্দ্ৰসিং ৰংপীলৈ গ্ৰাম্য সাংবাদিকতাৰ বঁটা

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ দিলীচাঙৰ এগৰাকী কাৰ্বি সম্প্ৰদায়ৰ সাংবাদিক চন্দ্ৰসিং ৰংপীলৈ আগবঢ়োৱা হ’ব গ্ৰাম্য সাংবাদিকতাৰ বঁটা (Journalist Award)। অহা ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বুলি সদৰি কৰিছে অসমৰ …

Lady Caught With Drugs : স্বামীৰ পথ অনুসৰণ কৰি জেললৈ গ’ল পত্নী

ধুবুৰী : স্বামী কাৰাগাৰত বন্দী, স্বামী অবিহনে কেনেকৈ থাকিব পত্নী? গতিকে স্বামীৰ পথ অনুসৰণ কৰি পত্নীও গ’ল কাৰাগৰলৈ। ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত হৈ স্বামীৰ কাষলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে পত্নীয়ে (Lady Caught With Drugs)। ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী …

War Against Drugs : চিমেণ্টৰ ট্ৰাকত লুকুৱাই অনা হৈছিল ৪০ কোটি টকা মূল্যৰ হে’ৰইন

কৰিমগঞ্জ : অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ বিৰোধী অভিযানৰ সৰ্ব বৃহৎ সাফল্য। অসম আৰক্ষীয়ে জব্দ কৰিলে ৪০ কোটি টকা মূল্যৰ হে’ৰইন (Drugs)। এখন চিমেণ্টৰ ট্ৰাকত লুকুৱাই অনা হৈছিল এই বৃহৎ পৰিমাণৰ ৪০ কোটি টকা মূল্যৰ হে’ৰইন। ড্ৰাগছ মুক্ত অসম গঢ়াৰ …

Fire Incident : দুস্কৃতিকাৰীয়ে জ্বলাই দিলে ব্যৱসায়ীৰ তিনি মহলীয়া ঘৰ

কোকৰাঝাৰ : এক চাঞ্চল্যকৰ ঘটনা। দুস্কৃতিকাৰীয়ে জ্বলাই (Fire Incident) দিলে ব্যৱসায়ীৰ তিনি মহলীয়া ঘৰ। ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া ঘৰত অগ্নি সংযোগ কৰিলে দুস্কৃতিকাৰীয়ে। কোকৰাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কোকৰাঝাৰৰ ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া …