Binita Devi : বিনীতা দেৱীলৈ ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২

গুৱাহাটী : বিনীতা দেৱীলৈ (Binita Devi) ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা ২০২২। ৰাজস্থানৰ নোখাৰ মুকামত দুদিনীয়া কাৰ্যসূচীৰে ১১ আৰু ১২ ফেব্ৰুৱাৰী তাৰিখে ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ দ্বাৰা “তৃতীয় ভাৰত বিজ্ঞান টেকন’ উৎসৱ, ২০২৩” চলি আছে। উক্ত কাৰ্যক্ৰমত ৰাষ্ট্ৰীয় আৰু …

Sports : একল অভিযানৰ প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজ্বলিল উত্তৰ-পূবৰ খেলুৱৈ

গুৱাহাটী : একল অভিযানৰ অধীনৰ লক্ষ্ণৌৰ অভ্যুদয় যুৱ ক্লাবে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া (Sports) প্ৰতিযোগিতাত উত্তৰ-পূবৰ খেলুৱৈ সকলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। অসম আৰু উত্তৰ-পূবৰ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলে মুঠ ১৪ টা পদক জয় কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে। …

Bihu Dance : অসম চৰকাৰৰ উদ্যোগত গিনিজ বিশ্ব অভিলেখৰ প্ৰস্তুতি

গুৱাহাটী : অসম চৰকাৰৰ উদ্যোগত গিনিজ বিশ্ব অভিলেখৰ প্ৰস্তুতি। অসমীয়াৰ সাহ বিহু নাচক (Bihu Dance) বিশ্বদৰবাৰত সন্মানজনক স্থানত উপবিষ্ট কৰোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তথা ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত একেলগে ১০ হেজাৰ বিহুৱা-বিহুৱতীৰ …

Mobile Phone : অ’প্পো ৰেনো ৮ টি ৫ জি মুকুলি কৰিলে অভিনেত্ৰী দীগাংগানা বৰাই

গুৱাহাটী : অৱশেষত অপেক্ষাৰ অন্ত পৰিল। স্মাৰ্টফোন নিৰ্মাতা অপ্পোৱে গ্ৰাহকৰ বাবে বজাৰত মুকুলি কৰি দিছে সকলোৰে পছন্দৰ নতুন অ’প্পো ৰেনো ৮ টি ৫ জি মোবাইল (Mobile Phone)। গুৱাহাটীৰ চিটি চেণ্টাৰৰ তৃতীয় মহলাত অপ্পো এক্সক্লুছিভ শ্ব’ৰুমত বিশেষ অতিথি হিচাপে উপস্থিত থকা …

Leonardo DiCaprio : হলিউডৰ অভিনেতা লিঅ’নাৰ্ডো ডি কেপ্ৰিঅক অসমলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী : হলিউডৰ অভিনেতা লিঅ’নাৰ্ডো ডি কেপ্ৰিঅক (Leonardo DiCaprio) অসমলৈ নিমন্ত্ৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে হলিউডৰ বিখ্যাত ছবি টাইটেনিৰ অভিনেতা গৰাকীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমলৈ নিমন্ত্ৰণ জনাইছে লিঅ’নাৰ্ডো ডি কেপ্ৰিঅক। অভিনেতা লিঅ’নাৰ্ডো ডি কেপ্ৰিঅক অসমলৈ …

Child Marriage : বাল্য বিবাহ বিৰোধী অভিযানৰ মাজতে প্ৰাণ হেৰুৱালে দুগৰাকী কিশোৰীয়ে

গুৱাহাটী : বাল্য বিবাহৰ ভয়াবহ পৰিণতি। বাল্য বিবাহৰ (Child Marriage) বাবে বঙাইগাঁৱত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে। সন্তান প্ৰসৱৰ সময়তে মৃত্যু ঘটি ১৬ বছৰীয়া কিশোৰীৰ। আনফালে কম বয়সতে প্ৰেম কৰি নিজ হাতে নিজৰ জীৱন শেষ কৰিলে গৰৈমাৰীৰ কিশোৰীয়ে। বাল্য বিবাহৰ দৰে …

Mobile Health Center : গুৱাহাটীত ভ্ৰাম্যমাণ চিকিৎসা বাছ শিবিৰ উদ্বোধন

গুৱাহাটী : বিডিজি ৰমেশ গোৱেল সেৱা সংস্থাই দীৰ্ঘদিন ধৰি দৰিদ্ৰ লোকৰ হৈ কাম কৰি আহিছে। তাৰেই অংশ হিচাপে বি ডি জি মেটেল এণ্ড পাৱাৰ লিমিটেডৰ অধ্যক্ষ তথা সেৱা সংস্থাৰ মুখ্য ট্ৰাষ্টি ৰমেশ গোৱেলৰ নেতৃত্বত আৰম্ভ কৰা হৈছিল লটাছ টি এম …

Y-20 : উদ্যোগ আৰু শিক্ষা জগতৰ সহযোগিতাৰ বাবে সময়ৰ প্রয়োজন : ড০ জিডি ধানুকা

গুৱাহাটী : ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী চমুকৈ আই আই টি গুৱাহাটীত অনুষ্ঠিত হৈছে বিভিন্ন বিষয়ৰ ওপৰত ৱাই-২০ (Y-20) বৈঠক। এই সন্মিলনত অসমৰ যুৱ উদ্যোগপতি তথা জি আৰ ধানুকা গ্ৰুপৰ এম ডি ড০ ঘনশ্যাম দাস ধানুকাই “কামৰ ভৱিষ্যত, উদ্যোগ ৪.০, উদ্ভাৱন, …

Child Marriage : বাল্য বিবাহ কৰিলে জ্যেষ্ঠ পুত্ৰই, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিলে কনিষ্ঠ পুত্ৰক

গুৱাহাটী : চৰকাৰৰ বাল্য বিবাহ (Child Marriage) বিৰোধী অভিযানৰ ফলত ৰাজ্যত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বাল্য বিবাহৰ লগত জড়িত বহু লোক এতিয়া কাৰাগাৰত। আৰক্ষীৰ অভিযান তীব্ৰ গতিত চলি আছে। বহু ঘৰৰ একমাত্ৰ উপার্জনকাৰী গ্ৰেপ্তাৰ হোৱাত আৰ্থিক সংকটত পৰিছে পৰিয়াল …

Teenage Pregnancy : ৰাজ্যত ১৯ বছৰতকৈ কাম বয়সৰ ১,০৪,২৬৪ গৰাকী মহিলা গৰ্ভৱতী হৈছিল ২০২২ বৰ্ষত

গুৱাহাটী : ১৯ বছৰতকৈ কম বয়সৰ মহিলা গৰ্ভৱতী (Teenage Pregnancy) হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ২০২২ বৰ্ষত অসমত কম বয়সতে মাতৃত্বৰ বোজা লোৱা কিশোৰীৰ পৰিসংখ্যা ১৬.৮ শতাংশ। ৰাজ্যত ১৯ বছৰতকৈ কাম বয়সৰ ১,০৪,২৬৪ গৰাকী মহিলা গৰ্ভৱতী হৈছিল ২০২২ বৰ্ষত। মুখ্যমন্ত্ৰীয়ে …