গুৱাহাটীত মুকলি কলকাতাৰ জনপ্ৰিয় আইচক্ৰীম পাৰ্লাৰ হিম ক্ৰীম
গুৱাহাটী : দুর্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ কুমাৰপাৰাৰ এফ এ ৰোডৰ শিৱানী আকেৰ্ডত অৱস্থিত ‘১১ জুলাই’ ফাইন ডাইন ৰেষ্টুৰেণ্টৰ চৌহদত কলকাতাৰ জনপ্ৰিয় ‘হিম ক্ৰীম’এক্সক্লুছিভ আইচক্রীম পাৰ্লাৰ মুকলি কৰা হয়। এই সন্দৰ্ভত প্রখ্যাত উদ্যোগপতি কৃষ্ণ চৌধুৰী আৰু যুৱ মহিলা উদ্যোগী কাজল …