Fancy Bazar : ব্যৱসায়ীক প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰৰ উষ্ণতা অধিক বৃদ্ধি কৰিছে ঈদৰ বজাৰৰ ভিৰে
গুৱাহাটী : উৎসৱৰ বতৰ চলি আছে, এটাৰ পিছত আনটো উৎসৱ। অসমীয়াৰ স্বভিমান হেঁপাহৰ ৰঙালী বিহুৰ (Rangali Bihu) আনন্দত সমগ্ৰ ৰাজ্যবাসী আত্মহাৰা হৈ থকাৰ মাজতে পদূলি মুখত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ (Eid)। ৰঙালী বিহু আৰু ঈদ মানেই নতুন কাপোৰ আৰু …