ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীত চুটি চলচ্চিত্র মহোৎসৱ

গুৱাহাটী : ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীয়ে শনিবাৰৰ পৰা দুদিনীয়াকৈ একাডেমীৰ প্ৰাংগণত ডিপ ফ’কাচ স্টুডেন্ট শর্ট ফিল্ম ফেষ্টিভেলৰ আয়োজন কৰে। উক্ত চুটি ছবি মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ ছাত্ৰ চলচ্চিত্র নির্মাতা সকলে অংশগ্রহণ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত …

মতিলাল ওছৱাল ভিজন ২০৩০ ফাণ্ড মুকলি

গুৱাহাটী : বিশ্বজুৰি অৰ্থনৈতিক মন্দাৱস্থা চলি থকাৰ সময়তো ভাৰতীয় বজাৰ, অন্যান্য বর্ধিত আৰু বিকশিত বজাৰৰ লগতে মুদ্ৰা প্ৰদৰ্শনত প্ৰতিফলিত হৈছে ভাৰতৰ অৰ্থনৈতিক স্থিতিতা। এই মন্তব্য মতিলাল ওছৱাল এছেট মেনেজমেন্ট কোম্পানীৰ মুখ্য বাণিজ্যিক বিষয়া অখিল চতুর্বেদীৰ। বজাৰ দৃষ্টিভংগী আৰু ‘মতিলাল ওছৱাল …

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ

আজিজ আলী নলবাৰী : নলবাৰীত পাঁচ বছৰে অৰ্ধসম্পন্ন হৈ থকা উৰণীয়া সেঁতুৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী। উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ …

স্বত্বাধিকাৰীৰ ঘৰে ঘৰে গৈ মোবাইল ফোন গতাই দিলে এজন আৰক্ষী বিষয়াই

কলগাছিয়া : এজন আৰক্ষী বিষয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চুৰিৰ মোবাইল ফোন উদ্ধাৰ কৰি স্বত্বাধিকাৰীৰ ঘৰে ঘৰে গৈ মোবাইল ফোন গতাই দিয়া আৰক্ষী বিষয়াজনকলৈ চলিছে চর্চা। আৰক্ষী বিষয়াজনৰ নাম ওম প্ৰকাশ তিৱাৰী। বৰ্তমান কলগাছিয়া থানাত কৰ্মৰত ওম প্ৰকাশ তিৱাৰী। বৰপেটা …

নাবালিকা কন্যাক বিয়া দিয়া পিতৃ গ্ৰেপ্তাৰ

মানকাচৰ : মানকাচৰত বাল্য বিবাহ। এগৰাকী নাবালিকা কন্যাক বিয়া দিলে পিতৃয়ে। নাবালিকা কন্যাকৰ বিয়া দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ পিতৃ। বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলায়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কঠালবাৰী গাঁৱত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই নাবালিকা …

শিৱসাগৰত ৰে’ল ষ্টেশ্যনৰ সমীপত ভয়ংকৰ দুর্ঘটনা

আমিনুৰ ইছলাম শিৱসাগৰ : শিৱসাগৰত ভয়ংকৰ দুর্ঘটনা। শিৱসাগৰত ৰে’ল ষ্টেশ্যনৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ দুর্ঘটনা। শিৱসাগৰ ৰে’ল ষ্টেশ্যনৰ সমীপত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত এজন লোক। শিৱসাগৰত এক ভয়ংকৰ দুর্ঘটনাত এজন লোক নিহত হয়। শিৱসাগৰ ৰেল ষ্টেশ্যনৰ সমীপত ২০৫০৩ নম্বৰ নামনিমোৱা …

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন

আমিনুৰ ৰহমান শিৱসাগৰ : শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ প্ৰতিষ্ঠা দিৱসৰ পালন। মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পুৱা মহাবিদ্যালয়ৰ পতকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তই। সমান্তৰালকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ পতকা উত্তোলন কৰে শিৱসাগৰ …

আদাবাৰীত পাগলাদিয়া নৈৰ বুকুত পৰম্পৰাগত নাও খেল

আজিজ আলী নলবাৰী : আদাবাৰীত পাগলাদিয়া নৈৰ বুকুত পৰম্পৰাগত নাও খেল। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আদাবাৰীত পাগলাদিয়া নৈত পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নাও খেল উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকে লোকাৰণ্য হৈ পৰে পাগলাদিয়াৰ পাৰ। নামনি অসমত …

মানকাচৰত পৰীক্ষামূলকভাৱে ১০ বিধ ধানৰ জাত ৰোপন

মানকাচৰ : কৃষকৰ বাবে সঠিক ধানৰ জাত নিৰ্বাচন কৰিবলৈ মানকাচৰত পৰীক্ষামূলকভাৱে একেডৰা মাটিত ১০ বিধ ধানৰ জাত ৰোপন জিলা কৃষি বিভাগৰ। ধান খেতি কৰাৰ ক্ষেত্ৰত কৃষক সকলে যাতে সঠিক ধানৰ জাত নিৰ্বাচন কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ …

বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ১,০৯৭ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত

মানকাচৰ : ৰাজ্যৰ প্ৰলয়নকাৰী বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ৯৪ খন গাঁৱৰ ৪,৪০০ কৃষক পৰিয়ালৰ ১,০৯৭ হেক্টৰ কৃষিভূমি নষ্ট হৈছে। বানৰ ফলত কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হোৱাত কৃষক সকলক সকাহ দিয়াৰ বাবে প্ৰথম পৰ্যায়ত জিলা কৃষি বিভাগৰ পৰা জিলাখনত …