Makhan Bhog : ভিয়েটনামত মাখন ভোগৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় ৰেষ্টুৰেণ্ট মুকলি
গুৱাহাটী : গুৱাহাটীৰ অন্যতম আগশাৰীৰ খাদ্য শৃংখল মাখন ভোগে (Makhan Bhog) শেহতীয়াকৈ ভিয়েটনামৰ হো চি মিন চিটিত ইয়াৰ দ্বিতীয়খন শাখা মুকলি কৰে। সুন্দৰভাৱে সজোৱা ১২৫ আসনযুক্ত ৰেষ্টুৰেণ্টখন ভাৰতৰ কনচুলেট জেনেৰেল মদন মোহন চেঠীয়ে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভিয়েটনামৰ মাখন ভোগৰ …