ষ্টাৰ চিমেণ্টৰ কম্পিউটাৰ বুক “আঙুলিৰ মূৰত কম্পিউটাৰ” মুকলি
গুৱাহাটী : ষ্টাৰ চিমেণ্টৰ কম্পিউটাৰ বুক “আঙুলিৰ মূৰত কম্পিউটাৰ” মুকলি। লগতে দক্ষতা নিৰ্মাণ আৰু জীৱিকাৰ ওপৰত চিএছআৰ কাৰ্যসূচীৰ অধীনত অভিধান আৰু চিলাই মেচিন বিতৰণ। ষ্টাৰ চিমেণ্টে নেডফি প্ৰেক্ষাগৃহত জীৱিকা আৰু দক্ষতা-নিৰ্মাণ বৰ্ধন সমৰ্থন কাৰ্যসূচীৰ আয়োজন কৰে আৰু বিভিন্ন লোকৰ মাজত …