অন্ধকাৰৰ দিশত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত
কলগাছিয়া : অন্ধকাৰৰ দিশত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। নৈৰ বুকুত বিলীন হোৱাৰ পথত এখন বিদ্যালয় (Beki River Erosion)। বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়াই সংকট নমাই আনিছে এখন বিদ্যালয়ৰ প্ৰতি। বিগত কিছুদিন ধৰি বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে …