Flash Flood During Idol Immersion : প্ৰতিমা বিসৰ্জনৰ সময়ত সংঘটিত হৈছে হৃদয় বিদাৰক দুৰ্ঘটনা
নিউজ ডেস্ক : প্ৰতিমা বিসৰ্জনৰ সময়ত পশ্চিম বংগত সংঘটিত হৈছে এক হৃদয় বিদাৰক দুৰ্ঘটনা। দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত হঠাৎ নৈত বানপানীৰ (Flash Flood During Idol Immersion) সৃষ্টি হোৱাত উটি যায় কেইবাজনো লোক। উদ্ধাৰ অভিযান অব্যাহত আছে। বুধবাৰে নিশা পশ্চিম …