JAFA Journalist Award : বিশ্বনাথৰ সাংবাদিক চন্দ্ৰসিং ৰংপীলৈ গ্ৰাম্য সাংবাদিকতাৰ বঁটা

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ দিলীচাঙৰ এগৰাকী কাৰ্বি সম্প্ৰদায়ৰ সাংবাদিক চন্দ্ৰসিং ৰংপীলৈ আগবঢ়োৱা হ’ব গ্ৰাম্য সাংবাদিকতাৰ বঁটা (Journalist Award)। অহা ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বুলি সদৰি কৰিছে অসমৰ …

Lady Caught With Drugs : স্বামীৰ পথ অনুসৰণ কৰি জেললৈ গ’ল পত্নী

ধুবুৰী : স্বামী কাৰাগাৰত বন্দী, স্বামী অবিহনে কেনেকৈ থাকিব পত্নী? গতিকে স্বামীৰ পথ অনুসৰণ কৰি পত্নীও গ’ল কাৰাগৰলৈ। ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত হৈ স্বামীৰ কাষলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে পত্নীয়ে (Lady Caught With Drugs)। ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী …

War Against Drugs : চিমেণ্টৰ ট্ৰাকত লুকুৱাই অনা হৈছিল ৪০ কোটি টকা মূল্যৰ হে’ৰইন

কৰিমগঞ্জ : অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ বিৰোধী অভিযানৰ সৰ্ব বৃহৎ সাফল্য। অসম আৰক্ষীয়ে জব্দ কৰিলে ৪০ কোটি টকা মূল্যৰ হে’ৰইন (Drugs)। এখন চিমেণ্টৰ ট্ৰাকত লুকুৱাই অনা হৈছিল এই বৃহৎ পৰিমাণৰ ৪০ কোটি টকা মূল্যৰ হে’ৰইন। ড্ৰাগছ মুক্ত অসম গঢ়াৰ …

Fire Incident : দুস্কৃতিকাৰীয়ে জ্বলাই দিলে ব্যৱসায়ীৰ তিনি মহলীয়া ঘৰ

কোকৰাঝাৰ : এক চাঞ্চল্যকৰ ঘটনা। দুস্কৃতিকাৰীয়ে জ্বলাই (Fire Incident) দিলে ব্যৱসায়ীৰ তিনি মহলীয়া ঘৰ। ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া ঘৰত অগ্নি সংযোগ কৰিলে দুস্কৃতিকাৰীয়ে। কোকৰাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কোকৰাঝাৰৰ ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া …

Robbery : সাংবাদিকৰ ঘৰত চলিল চোৰৰ চাফাই অভিযান

আমিনুৰ ৰহমান শিৱসাগৰ : সাংবাদিকৰ ঘৰত চলিল চোৰৰ চাফাই অভিযান (Robbery)। পালচাৰ বাইকসহ লুটি নিলে বহু মূল্যবান সামগ্ৰী। মছজিদৰ চাউণ্ড ছেট আৰু দানপাত্ৰৰ ধনো নিলে চোৰে। এক চাঞ্চল্যকৰ চুৰিকাণ্ড। শিৱসাগৰ জিলাৰ দিচাংমুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ চুৰিকাণ্ড। পুৱতি নিশা দুটাকৈ …

Peace Nobel Prize : মানৱ অধিকাৰ কৰ্মীলৈ শান্তিৰ নোবেল বঁটা : ড০ দিব্যজ্যোতি শইকীয়াৰ আদৰণি

নিউজ ডেস্ক : বিশ্বৰ সৰ্বাধিক সন্মানীয় বঁটা শান্তিৰ নোবেল বঁটা (Peace Nobel Prize)। নৰৱেৰ নোবেল বঁটা কমিটিয়ে ২০২২ চনৰ শান্তি বঁটাৰ বাবে বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেছ বালিয়াটস্কিক বাছনি কৰে। ইয়াৰ লগতে ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ …

Royal Enfield : গুৱাহাটীৰ জু ৰোডত ‘ৰয়েল এনফিল্ড’ নতুন শ্ব’কম মুকলি

গুৱাহাটী : ‘৪ এচেছ এনফিল্ডে’ গুৱাহাটীৰ জু ৰোড ডাকঘৰৰ কাষত আয় জয় টাৱাৰত ৰয়েল এনফিল্ডৰ (Royal Enfield) নতুন শ্ব’ৰূম মুকলি কৰে। কামৰূপ মহানগৰৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ উপস্থিতিত পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্যই মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ব’ৰুমটো …

Avalanche : হিমস্খলনত সন্ধানহীন হোৱা পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক : অৱশেষত উদ্ধাৰ হ’ল অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ মৃতদেহ। উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলনৰ (Avalanche) ঘটনাত সন্ধানহীন হৈছিল অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা। উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল দ্বীপশিখা হাজৰিকা। যোৱা ৪ অক্টোবৰত উত্তৰাখণ্ডত সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ ঘটনাত …

Burning Bus : বিলাসী বাছত সংঘটিত হোৱা ভয়ংকত অগ্নিকাণ্ডত ১১ জনৰ মৃত্যু

নিউজ ডেস্ক : এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এখন বিলাসী বাছত (Burning Bus) সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত মৃত্যু হৈছে ১১ জনকৈ লোকৰ। এখন ট্ৰাকৰ লগত বিলাসী বাছখনৰ সংঘর্ষৰ পিছতে বাছখনত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। মহাৰাষ্ট্ৰৰ নাছিকত এক শোকাবহ ঘটনা সংঘটিত হৈছে। …

Meghalaya Police War Against Drugs : মেঘালয় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য

শ্বিলং : অসম আৰক্ষীৰ সমান্তৰালভাৱে অব্যাহত আছে মেঘালয় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Meghalaya Police War Against Drugs)। ড্ৰাগছ বিৰোধী অভিযান চলাই মেঘালয় আৰক্ষীয়ে লাভ কৰিলে আন এক বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল মেঘালয় আৰক্ষীৰ জালত। …