বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজন লোক : আহত ছায়জন
বৰপেটা : বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন লোক। যাত্ৰীবাহী টেম্পু আৰু ট্ৰাকৰ মাজত মুখামুখী সংঘর্ষত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে আহত হয় ছায়জনকৈ লোক। টেম্পুৰ চালকজনৰ অৱস্থা সংকটজনক। আহত ছায়জন লোক চিকিৎসালয়ত ভৰ্তি। বুধবাৰে পুৱতি নিশা …