Lalan’s : লালনৰ মেধাৱী ছাত্ৰ আৰোহণ হাজৰিকাই লাভ কৰিলে সৰ্বভাৰতীয় ৭২০ ৰেংক
গুৱাহাটী : লালনৰ (Lalan’s) প্ৰশিক্ষণ শ্ৰেণী আৰু লালনৰ ইণ্টিগ্ৰেটেড একাডেমীয়ে আকৌ এবাৰ প্ৰমাণ কৰিছে যে সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত আশ্চৰ্যজনক ফলাফল প্ৰদান কৰি ই অঞ্চলটোৰ অন্যতম শ্ৰেষ্ঠ প্ৰশিক্ষণ প্ৰতিষ্ঠান। লালনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আৰোহন হাজৰিকাই জেইই এডভান্স ২০২২ …