দ্বিতীয় দিনাও সন্ধান পোৱা নগ’ল ঋত্বিক বৰ্মনৰ
আজিজ আলী মুকালমুৱা : বৰ্তমানেও ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধনহীন হৈ আছে ঋত্বিক বৰ্মন নামৰ ছাত্ৰজন। দ্বিতীয় দিনাও সন্ধান পোৱা নগ’ল ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ঋত্বিক বৰ্মন নামৰ ছাত্ৰজনৰ। গৰু বিহুৰ দিনা ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈছিল ঋত্বিক বৰ্মন …