Police tourchar থানাৰ ভিতৰত যুৱকৰ ওপৰত চলিল আৰক্ষীৰ নিৰ্মম অত্যাচাৰ
বকো : পুনৰ অসম আৰক্ষীৰ (Assam Police) খাকী পোছাকত দাগ। এইবাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ খাকী পোছাকত দাগ লগোৱাৰ অভিযোগ। থানাৰ ভিতৰত এজন নিৰীহ যুৱকক এগৰাকী মহিলা আৰক্ষী বিষয়াই নিৰ্মমভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ …