Midday Meal : মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
গৰৈমাৰী : মধ্যাহ্ন ভোজনৰ (Midday Meal) পৰা বঞ্চিত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। বিগত এসপ্তাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ। দক্ষিণ কামৰূপৰ ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা …