মাৰোৱাৰী হাস্পতাললৈ হেল্থকেয়াৰ এক্সেলেন্স এৱাৰ্ড ২০২২

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ মাৰোৱাৰী হাস্পতালে লাভ কৰিছে মহানগৰ ভিত্তিক হেল্থকেয়াৰ এক্সেলেন্স এৱাৰ্ড ২০২২। গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিচন ব্লুত যোৱা ২২ মাৰ্চত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত স্বাস্থ্য সেৱা ক্ষেত্ৰত দেখুৱাই অহা অবদানৰ বাবে নিউজ ১৮ নেটৱৰ্কে মাৰোৱাৰী হাস্পতালক হেল্থকেয়াৰ এক্সেলেন্স …

ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকৃতি প্ৰেমী যুৱক-যুৱতী সকলৰ প্ৰতিবাদ

গুৱাহাটী : ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত আৰম্ভ হৈছে গছ কটা কাৰ্য। ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত গছ কটাকলৈ যুৱক-যুৱতী সকলৰ প্ৰতিবাদ। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ প্ৰকৃতি প্ৰেমী যুৱক-যুৱতীয়ে। উন্নয়ন লাগিব কিন্ত গছ …

বিদ্যুৎৰ অভাৱত অচল এটা চৰকাৰী কাৰ্যালয়

আজিজ আলী মুকালমুৱা : বিদ্যুৎৰ অভাৱত অচল এটা চৰকাৰী কাৰ্যালয়। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টো বিদ্যুৎৰ অভাৱত অচল হৈ পৰিছে। বিদ্যুৎৰ বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ বিভাগে চৰকাৰী কাৰ্যালয়টোৰ বিদ্যুৎ যোগান কৰ্তন কৰিছে। আছে গৰু নাবাই …

ছাত্ৰ-ছাত্ৰীক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিশ্বনাথ মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিশ্বনাথ মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ। ৰাজ্যৰ ভিতৰতে প্ৰথমখন ষ্ট্ৰিট লাইব্ৰেৰী প্ৰতিষ্ঠা কৰা হ’ল বিশ্বনাথ মহাবিদ্যালয়ত। বৰ্তমান যুৱ প্ৰজন্মই ষ্ট্ৰিট লাইব্ৰেৰীৰ প্ৰতি আকৰ্ষিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি …

মঙলদৈ চহৰৰ মাজ মজিয়াত ঘোঙৰ আতংক

মঙলদৈ : মঙলদৈ চহৰৰ মাজ মজিয়াত ঘোঙৰ আতংক। ঘোঙৰ আক্ৰমণত এজন বনকর্মীসহ দুজন লোক অহাত। ঘোঙটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ প্ৰচেষ্টা অব্যাহত। মঙলদৈ চহৰৰ মাজ মজিয়াত ক’ৰ পৰা ঘোঙটো আহিল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। শুকুৰবাৰে পুৱাৰ পৰাই দৰং জিলাৰ …

মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ২৫ টাকৈ ঘৰ

গুৱাহাটী : মহানগৰী গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় ২৫ টাকৈ ঘৰ। এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ঘৰত প্ৰথমে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ যায়। শুকুৰবাৰে পুৱাৰ ভাগতে মহানগৰী গুৱাহাটীত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ …

বিশ্বনাথত লুইত পৰীয়া শিল্পী সমাজৰ উদ্যোগত বিহু কৰ্মশালা

জোনমণি বেগম বিশ্বনাথ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো আৰম্ভ হৈছে বিহু কৰ্মশালা। বিশ্বনাথৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত লুইত পৰীয়া শিল্পী সমাজৰ উদ্যোগত বিহু কৰ্মশালা। ক’ভিডসৃষ্ট পৰিস্থিতিৰ উন্নত হোৱাত এইবাৰ ৰাইজ ৰঙালী বিহু উদযাপনৰ বাবে সম্পূৰ্ণ সাজু। অসমীয়া জাতিৰ হিয়াৰ আমঠু …

কামৰূপ জিলাত বিশ্ব যক্ষ্মা দিৱস পালন

আমিনগাঁও : ৰাজ্যখনৰ অন্যান্য জিলাসমূহৰ লগতে কামৰূপতো বিভিন্ন কাৰ্যসূচীৰে বৃহস্পতিবাৰে বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ অধীনস্থ জিলা যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ উদ্যোগত সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এই দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱাৰ ভাগত কাৰ্যালয় চৌহদত বৃক্ষ …

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত ধুমুহাৰ তাণ্ডৱ

আজিজ আলী মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত ধুমুহাৰ তাণ্ডৱ। ধুমুহাৰ ফলত বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি। বহু লোকৰ ঘৰ দুৱাৰ উৰুৱাই নিয়ে ধুমুহাই। নানমি অসমৰ বিভিন্ন প্ৰান্ত কোবাই যায় ধুমুহাই। বৃহস্পতিবাৰে নামনি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত ব্যাপক …

গুৱাহাটীৰ ৰাজপথ কপালে প্ৰায় ২০ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকে

গুৱাহাটী : শ্রেণীকোঠ এৰি ৰাজপথলৈ ওলাই আহিল টেট উত্তীৰ্ণ শিক্ষক সকল। গুৱাহাটীৰ ৰাজপথ কপালে প্ৰায় ২০ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকে। আৰক্ষীৰ বাধাকো কেৰেপ নকৰি ৰাজপথৰ ওপৰত বহি পৰে প্ৰতিবাদকাৰী টেট উত্তীৰ্ণ শিক্ষক সকল। আৰক্ষীয়ে কেইজনমানক আটক কৰে যদিও প্ৰতিবাদ ৰোধ …