বোকাজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য
বোকাজান : বোকাজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। বিগত সময়ছোৱাত ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা বোকাজান আৰক্ষীয়ে দেওবাৰে পুৱাৰ ভাগত পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে। এখন বাহনৰ পৰা ১ কেজি ড্ৰাগছ জব্দ …