বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ ঘটনা মানৱ অধিকাৰ উলঙ্ঘন : ড০ দিব্যজ্যোতি শইকীয়া
গুৱাহাটী : বিপ্লৱী কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰী গৰাকীয়ে অৱশেষত মুক্তি লাভ কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ছাত্ৰী গৰাকীৰ জামিন মঞ্জুৰ কৰাৰ পিছত ছাত্ৰী গৰাকীক কাৰাগাৰৰ পৰা ওলাই আহিল মুকলি আকাশৰ তললৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে …