অসমীয়া কমেডী ছবি ‘ৰাইনো এক্সপ্ৰেছ’ লৈ দৰ্শকৰ বিপুল সঁহাৰি
গুৱাহাটী : দীঘলীয়া বিৰতিৰ পিছত অসমৰ ছবিগৃহলৈ আহিল অসমীয়া কমেডী ছবি ‘ৰাইনো এক্সপ্ৰেছ’। ৪ মাৰ্চত মুক্তি লাভ কৰা এই ‘ৰাইনো এক্সপ্ৰেছ’ অসমৰ সকলো ছবিগৃহতে চলি আছে। ‘ৰাইনো এক্সপ্ৰেছ’ দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে আৰু অসমীয়া ছলচ্চিত্ৰ উদ্যোগলৈ আশাৰ ৰেঙণি …