মুকালমুৱাৰ জৰাজীৰ্ণ মাথাউৰি পৰিদৰ্শন কৰিলে বিধায়ক দিগন্ত বৰ্মনে
আজিজ আলী মুকালমুৱা : মুকালমুৱাৰ জৰাজীৰ্ণ মাথাউৰি পৰিদৰ্শন কৰিলে বিধায়ক দিগন্ত বৰ্মনে। বৃহস্পতিবাৰে নিশাৰ ভাগত মুকালমুৱাৰ লাৰকুছিত জৰাজীৰ্ণ মথাউৰি পৰিদৰ্শন কৰে বিধায়ক দিগন্ত বৰ্মনে। জৰাজীৰ্ণ অৱস্থাত থকা লাৰকুছিৰ মাথাউৰি শীঘ্ৰে মেৰামতি কৰা আশ্বাস বিধায়ক গৰাকীৰ। বৃহস্পতিবাৰে নিশা মুকালমুৱাৰ লাৰকুছিত জৰাজীৰ্ণ …