অসমত উগ্ৰপন্থী সংগঠন অল কায়দাৰ খোপনি পুতিৰ চেষ্টা

গুৱাহাটী : অসমত উগ্ৰপন্থী সংগঠন অল কায়দাৰ খোপনি পুতিৰ চেষ্টা। অসম আৰক্ষীৰ এক সাফল্যই সন্দেহ প্ৰকাশ কৰিছে যে অসমত আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠন অল কায়দাই খোপনি পুতাৰ প্ৰচেষ্টা চলাই আছে। এসময়ত উছমা বিন লাডেনৰ নেতৃত্বত গঠন হোৱা উগ্ৰপন্থী সংগঠন সমগ্ৰ বিশ্বতে …

বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই কাজিৰঙাত দেখা পোৱা গ’ল ঘৰিয়াল

কাজিৰঙা : ৩ মাৰ্চৰ দিনটো বিশ্ববাসীয়ে পালন কৰে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে। বন্যপ্ৰাণী সংৰক্ষণৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে ৩ মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়। এইবাৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই অসমৰ বন্যপ্ৰাণী সকলৰ বাবে আহিছে এক ভাল …

এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাকলৈ ধুহিত লংকাকাণ্ড

ৰঙিয়া : ৰঙিয়াৰ ধুহিত নিশা লংকাকাণ্ড। এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাকলৈ ধুহিত লংকাকাণ্ড। বিবাহিত পুৰুষ এজনে সামাজিক মাধ্যমত ভাইৰেল কৰে ধুহিৰ এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ’। বৃহস্পতিবাৰে নিশাৰ ভাগত কামৰূপ জিলাৰ ৰঙিয়াৰ অন্তৰ্গত ধুহিত সংঘটিত হয় …

শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ ২১৩ তম তিৰোভাব তিথি উপলক্ষে ভাগৱত শুভযাত্রা

আজিজ আলী নালবাৰী : নলবাৰী জিলাৰ কেকানকুচি শাখা সত্ৰ প্ৰাংগণত শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ ২১৩ তম তিৰোভাব তিথি উপলক্ষে গাঁওবাসীয়ে উলিয়ালে ভাগৱত শুভযাত্রা। শ্ৰী শ্ৰী কলিয়াঠাকুৰ কীৰ্তনঘৰ শাখা সত্ৰ প্ৰাংগণত, তিনিদিনীয়াকৈ সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰতিবছৰে ফাগুন মাহত গাঁওবাসীয়ে …

অসমীয়া কমেডী ছবি ৰাইনো এক্সপ্ৰেছৰ প্রিমিয়াৰ শ্ব’

গুৱাহাটী : দীঘলীয়া বিৰতিৰ পিছত বুধবাৰে বলীউডৰ আৰ্হিত নির্মিত অসমীয়া কমেডী চলচ্চিত্র ‘ৰাইনো এক্সপ্লেছ’ৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হয়। মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত চিটী চেণ্টাৰৰ পিভি আৰত আয়োজিত প্রিমিয়াৰ শ্ব’ চাবলৈ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়া, চিকিৎসক, উদ্যোগপতি, ব্যৱসায়ীকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। …

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনত অসমৰ ৰাজ্যপাল জগদীশ মুখী

যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰি ডিগ্ৰী প্ৰদান কৰে। ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত সমাবৰ্তনত ভাষণ প্ৰদান কৰি কয় যে কৃষিজাত সম্পদসমূহৰ যথোপযুক্ত ব্যৱহাৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সচেতনতাৰে …

শিক্ষকৰ ঘৰৰ পৰা চোৰে লুটি নিলে নগদ ধনসহ আঠ লক্ষাধিক টকাৰ সম্পত্তি

আব্দুল হক নগৰবেৰা : বৰপেটা জিলাৰ মহচৰাত চাঞ্চল্যকৰ চুৰিকাণ্ড। এজন শিক্ষকৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। শিক্ষকজনৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে নগদ ধনসহ আঠ লক্ষাধিক টকাৰ সম্পত্তি। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মহচৰাত মঙলবাৰে নিশাৰ ভাগত এক চাঞ্চল্যকৰ …

ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীৰ অভিভাৱকৰ কাষত কামৰূপ জিলা প্ৰশাসন

আমিনগাঁও : অসমৰ মুখ্য সচিবৰ নিৰ্দেশনা অনুসৰি ইউক্ৰেইনত আৱদ্ধ হৈ থকা কামৰূপ জিলাৰ ১০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীৰ অভিভাৱকসকলক জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বাসগৃহলৈ গৈ লগ ধৰে আৰু তেওঁলোকক সাহস যোগায়। জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে লগ ধৰা ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থী …

পুৰবী ডেইৰীৰ ৰেডিঅ’ অভিযানে দুগ্ধ খেতিয়কসকলৰ সুযোগৰ ওপৰত আলোকপাত

গুৱাহাটী : অসমৰ ১৪ হাজাৰৰো অধিক দুগ্ধ খেতিয়কৰ এক সংঘ “পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড”ৰ মালিকানাধীন ব্ৰেণ্ড পুৰবী ব্ৰেণ্ডৰ অধীনত অধিক সংখ্যক কৃষকক আনুষ্ঠানিক দুগ্ধ সংস্থাপনলৈ আহিবলৈ উৎসাহিত কৰাৰ বাবে মুখ্যতঃ এপিএআৰটৰ অধীনত এক প্ৰচেষ্টা হিচাপে এটা এফএম …

শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন ‘ৰাইনো এক্সপ্ৰেছ’ দলৰ

গুৱাহাটী : দীৰ্ঘদিন বিৰতিৰ পিছত ৰাইনো এক্সপ্ৰেছে অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ এক নতুন আশাৰ ৰশ্মি কঢ়িয়াই আনিছে। ৪ মাৰ্চত মুক্তি পাবলগীয়া অসমীয়া কমেডি ছবি ‘ৰাইনো এক্সপ্ৰেছ’ৰ সফলতাৰ বাবে আশীৰ্বাদ বিচাৰি মঙলবাৰে ৰাইনো এক্সপ্ৰেছৰ দলটোৱে শক্তিপীঠ মা কামাখ্যা মন্দিৰ দর্শন কৰে। এই …