মেঘালয়ত গৰু চুৰ কৰিবলৈ গৈ গণ প্ৰহাৰৰ বলি
মানকাচৰ : মেঘালয়ত গণ প্ৰহাৰৰ বলি গৰু চোৰ। মেঘালয়ত গৰু চুৰ কৰিবলৈ গৈ গণ প্ৰহাৰৰ বলি হ’ল অসমৰ গৰু চোৰ। অসমৰ তিনি গৰু চোৰক মেঘালয়ত গণ প্ৰহাৰ। মানকাচৰৰ পৰা মেঘালয়ত গৰু চুৰ কৰিবলৈ গৈছিল গৰু চোৰৰ এটা দল। চুবুৰীয়া ৰাজ্য …