অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ ওলাই নাহিব : উপায়ুক্ত

গুৱাহাটী : কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা। অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ গুৱাহাটীবাসী ৰাইজক আহ্বান কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ। ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ এই জৰুৰী বাৰ্তা। সোমাবাৰে নিশাৰ ভাগৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী …

তিনি বছৰীয়া কন্যা সন্তানৰ সৈতে সন্ধানহীন এগৰাকী মহিলা

আজিজ আলী মুকালমুৱা : মুকালমুৱাৰ এগৰাকী মহিলা সন্ধানহীন। তিনি বছৰীয়া কন্যা সন্তানৰ সৈতে সন্ধানহীন মুকালমুৱাৰ এগৰাকী মহিলা। তিনি বছৰীয়া নকন্যা সন্তানক লগত লৈ চিকিৎসালয়লৈ গৈছিল মহিলা গৰাকী। চিকিৎসালয়ৰ পৰা আৰু ঘৰলৈ ঘূৰি নাহিল মহিলা গৰাকী।  নলবাৰী জিলাৰ মুকালমুৱাত তিনি বছৰীয়া …

গুৱাহাটীত পূব ভাৰতৰ প্ৰথমটো হাইক’কী ছপি এণ্ড চাৰ্ভিচ চেণ্টাৰ মুকলি

গুৱাহাটী : গুৱাহাটীত পূব ভাৰতৰ প্ৰথমটো হাইক’কী ছপি এণ্ড চাৰ্ভিচ চেণ্টাৰ মুকলি। জাপানীজ কোম্পানী হাইক’কী পাৱাৰ টুলছ ইণ্ডিয়া প্রাইভেট লিমিটেডে গুৱাহাটীৰ ছাত্ৰীবাৰীত প্ৰথম হাইক’কী ছপি এণ্ড চাৰ্ভিচ চেণ্টাৰ মুকলি কৰে। ইণ্ডাষ্ট্রিয়েল ইঞ্জিনিয়াৰ এণ্ড ট্ৰেডাৰ্ছৰ শংকৰ জৈনৰ সহযোগত মুকলি কৰা হাইক’কী …

নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

আজিজ আলী মুকালমুৱা : নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ। অসমৰ কৰ্মৰত সাংবাদিক আৰু সংবাদ কৰ্মী সকলৰ ন্যায্য প্ৰাপ্তিৰ হকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা অসম বাৰ্তাজীৱী সংঘৰ অন্তৰ্গত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে দেওবাৰে কাৰ্যভাৰ …

মোনাবাৰিত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ মোনাবাৰিত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান। প্ৰকৃতিপ্ৰেমী কুমুদ বৰুৱাক পৰিৱেশ সচেতকৰ বঁটা আৰু জেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াক সংবাদ সঞ্জিৱন বঁটা প্ৰদান। বিশ্বনাথৰ মোনাবাৰীস্থিত চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এক …

নিশিতা গোস্বামীয়ে মুকলি কৰিলে “ৰছেছ এণ্ড আৰামিছ” শ্ব’ৰুম

গুৱাহাটী : দুটা দশকতকৈও অধিক সময় ধৰি উপহাৰ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত এক্সোটিক (হোম ডেকোৰ)য়ে ব্যস্ত জিএছ ৰোড গুৱাহাটীত তেওঁলোকৰ নতুন এক্সক্লুছিভ বিপনি “ৰছেছ এণ্ড আৰামিছ” মুকলি কৰে। শ্ব’ৰুমটো অভিনেত্ৰী নিশিতা গোস্বামীয়ে চাকি জ্বলাই উদ্বোধন কৰে। এই সন্দৰ্ভত অভিনেত্ৰী …

ফলাফল বেয়া হোৱা বিদ্যালয় সমূহলৈ কাৰণ দৰ্শোৱাৰ জাননী

গুৱাহাটী : কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ। হাই স্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল বেয়া হোৱা চৰকাৰী বিদ্যালয় সমূহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। ফলাফল বেয়া হোৱা বিদ্যালয় সমূহলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে শিক্ষা বিভাগে। ৭ দিনৰ ভিতৰতে উত্তৰ দিয়াৰ নিৰ্দেশ। …

গুৱাহাটীত নেগ্‌টাৰ ৪১ সংখ্যক ক্রেতা-বিক্রেতা সন্মিলন

গুৱাহাটী : আগন্তুক উৎসৱৰ বতৰত পছন্দৰ পোছাকেৰে ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ী সকলক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে নৰ্থ-ইষ্টাৰ্ন গার্মেনছ ট্ৰেডাৰ্ছ এছ’চিয়েশ্বন চমুকৈ নেগ্‌টাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ক্রেতা বিক্রেতা সন্মিলন। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত ‘আজাদী কা …

শিৱসাগৰত ৰেইকি চিকিৎসা পদ্ধতিৰ এক শিবিৰ

আমিনুৰ ৰহমান শিৱসাগৰ : ৰেইকি চিকিৎসা পদ্ধতিৰ এক শিবিৰ। শিৱসাগৰত অনুষ্ঠিত কৰা হয় এই ৰেইকি চিকিৎসা পদ্ধতিৰ শিবিৰ। শনিবাৰে শিৱসাগৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰেইকি চিকিৎসা পদ্ধতিৰ এই শিবিৰ। শিৱসাগৰৰ বৰ পুখুৰী পাৰত অৱস্থিত বৌদ্ধ বিহাৰত আয়োজন কৰা এই ৰেইকি …

এসপ্তাহে জলমগ্ন মানকাচৰৰ ডেৰ শতাধিক গাঁও

মানকাচৰ : মানকাচৰত অপৰিবৰ্তিত বান পৰিস্থিতি। ন ন অঞ্চল প্লাৱিত হৈছে। এসপ্তাহে জলমগ্ন ডেৰ শতাধিক গাঁও। উপায়ুক্তৰ কাৰ্যালয়কে ধৰি কেবাটাও চৰকাৰী কাৰ্যালয় পানীৰ তলত। পানীৰ ঢলে উটুৱাই নিলে কালাপানী-টেপৰপাৰা সংযোগী পথৰ কাঠৰ দলং। ঠাকুৰাণবাৰীত পানীৰ ঢলে উটুৱাই নিয়া ১৬ টা …