পুনৰ অসম আৰক্ষীৰ গুলীত আহত এজন কুখ্যাত ডকাইত
হোজাই : হোজাই জিলাৰ ডবকাৰ শালবাগানত পুনৰ অসম আৰক্ষীৰ গুলী চালনা। এজন কুখ্যাত ডকাইতক লক্ষ্য কৰি গুলী চালনা কৰে হোজাই আৰক্ষীয়ে। আৰক্ষীৰ গুলীত আহত হয় চামছুল হক নামৰ কুখ্যাত ডকাইত এজন। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ডকাইত চামছুল হক। …