মহানগৰীত গ্ৰেপ্তাৰ আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য
গুৱাহাটী : মহানগৰ আৰক্ষীৰ বৃহৎ সফল্য। মহানগৰীত আলফা (স্বাধীন)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী। শুকুৰবাৰে নিশা মহানগৰীৰ সাউকুচিৰ পৰা মহানগৰী আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই গ্ৰেপ্তাৰ কৰে টুটু বৰা নামৰ আলফা (স্বাধীন)ৰ এজন সক্ৰিয় সদস্যক। মহানগৰ আৰক্ষীৰ …