বটদ্রৱাত দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি
কনক হাজৰিকা নগাঁও : বসন্ত ঋতুৰ আগমনৰ লগে লগে প্রকৃতিয়ে নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল; সেই ঐতিহ্যক সৰোগত কৰি …