ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ
কোকৰাঝাৰ : ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ। সংঘর্ষত দুজন বনকৰ্মী আৰু এজন চোৰাং চিকাৰী আহত হৈছে। বনকৰ্মীৰ দল এটা ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানত টহল দি থকা সময়ত চোৰাং চিকাৰীৰ দল এটাই আক্ৰমণ চলায় বনকৰ্মীৰ দলটোৰ ওপৰত। কোকৰাঝাৰ …