সৰুসজাইত শুভাৰম্ভ হ’ল আন্তঃজিলা এথলেটিকচ্ প্ৰতিযোগিতাৰ
গুৱাহাটী : ৰাজ্যৰ ৯ শতাধিক ক্ৰীড়াবিদৰ অংশগ্ৰহণেৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ্ ষ্টেডিয়ামত উখল-মাখল পৰিৱেশৰ মাজেৰে শুভাৰম্ভ হ’ল ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা। ক্ৰীড়ামন্ত্ৰী বিমল বৰাই উদ্বোধন কৰা এথলেটিকচ্ প্ৰতিযোগিতাখন প্ৰথম দিনটোত পুৱা পুৰুষৰ ১০০০০ মিটাৰ ইভেন্টেৰে আৰম্ভ হয়। প্ৰতিযোগিতাৰ …