ৰেডক্লিফ লেবে গুৱাহাটীত উপগ্ৰহ পৰীক্ষাগাৰ মুকলি কৰে

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ ৰেডক্লিফ লাইফটেকৰ এটা গোট ৰেডক্লিফ লেবে শেহতীয়াকৈ গুৱাহাটীত এটা উপগ্ৰহ পৰীক্ষাগাৰ মুকলি কৰিছে। নতুন সুবিধাটো প্ৰতিদিনে ১০০০ স্বাস্থ্য পেকেজৰ সৈতে ৫০০+ তকৈ অধিক পৰীক্ষা ৰখাৰ বাবে সুসজ্জিত আৰু অন্যান্য পৰীক্ষাবোৰ নয়ডাৰ কোম্পানীৰ ৰাষ্ট্ৰীয় প্ৰসংগ …

বিহালীত বনৰীয় হাতীয়ে লণ্ডভণ্ড কৰিলে কেইবাখনো ঘৰ

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ বিহালীত বনৰীয়া হাতীৰ সন্ত্ৰাস। নিশা বিহালীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে কেইবাখনো ঘৰ। কথমপি প্ৰাণ ৰক্ষা পৰিলে দুটাকৈ পৰিয়ালৰ লোকৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলায় বনৰীয়া হাতীয়ে। বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া …

ফাঁচী বজাৰৰ এৰো ষ্টাৰত চনী লাউঞ্জ ৱেয়াৰ মুকলি

গুৱাহাটী : ফাঁচী বজাৰৰ এৰো ষ্টাৰত চনী লাউঞ্জ ৱেয়াৰ মুকলি।অসমকে ধৰি দ্ৰুত গতিত বিকশিত উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে গুৱাহাটীত চনী লাউঞ্জ ৱেয়াৰ উদ্বোধন কৰা হয়। ফাঁচী বজাৰৰ হেম বৰুৱা ৰোডৰ এৰো ষ্টাৰ মাৰ্কেটত চনি লাউঞ্জ ৱেয়াৰ উদ্বোধন কৰে বডী …

উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ

অমিনগাঁও : উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ। পলাশবাৰীৰ ৭ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী, ২ টা ৱাৰ্ডত এজেপি আৰু ১ টা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়লাভ। বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপৰ …

কামৰূপত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যায়ত বঁটাৰ প্ৰৱৰ্তন

কামৰূপত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যায়ত বঁটাৰ প্ৰৱৰ্তন আমিনগাঁও : কামৰূপৰ স্বাস্থ্য সেৱাৰ বাবে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্য়ায়ত নতুনকৈ এক বঁটা প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বছৰটোৰ প্ৰতি মাহতে প্ৰদান কৰিবলগীয়া এই বঁটা …

গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত প্ৰাক্তন গৃহৰক্ষী জোৱান

মানকাচৰ : মানকাচৰৰ ফুলেৰচৰত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান। নুৰ হুছেইন নামৰ এজন প্ৰাক্তন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ। দুমাহ পূৰ্বে গৃহৰক্ষী জোৱানৰ পদৰ পৰা নিলম্বন কৰা হৈছে নুৰ হুছেইনক। দীর্ঘদিন ধৰি পলাতক অৱস্থাত আছিল প্ৰাক্তন গৃহৰক্ষী জোৱানজন।  গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থাকৰ …

চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

মানকাচৰ : মানকাচৰত বিগত দুদিন ধৰি চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অব্যাহত আছে বন বিভাগৰ অভিযান। চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে মানকাচৰত বন বিভাগে তীব্রতৰ কৰি তুলিছে অভিযান। বিগত দুটা দিনত বন বিভাগে জব্দ কৰিছে প্ৰায় …

নগাঁও পৌৰসভা নিৰ্বাচনত বিজেপি আৰু অগপৰ অভূতপূৰ্ব বিজয়

কনক হাজৰিকা নগাঁও : নগাঁও জিলাৰ চাৰিখন পৌৰসভাৰ নিৰ্বাচনৰ ঘোষিত ফলাফলত ৰাজ্যৰ শাসনাধিষ্ট বিজেপি আৰু অগপ মিত্ৰজোঁটে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নগাঁও পৌৰসভাৰ ঘোষণা কৰা ফলাফল অনুসৰি মুঠ ২৬ খন আসনৰ ভিতৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে তিনিগৰাকী বিজেপি প্ৰাৰ্থীয়ে …

কোকৰাঝাৰ জিলাৰ টিপকাইত আৰক্ষীয়ে উদ্ধাৰ কৰিলে অস্ত্ৰ ভাণ্ডাৰ

কিশোৰ মিশ্ৰ কোকৰাঝাৰ : কোকৰাঝাৰৰ টিপকাইত উদ্ধাৰ অস্ত্ৰ ভাণ্ডাৰ। কোকৰাঝাৰ জিলাৰ পৰ্ৱতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ টিপকাই আৰক্ষী চকীৰ অন্তৰ্গত মহামায়া সংৰক্ষিত বনাঞ্চলৰ বল্লমঝোৰা আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ কালবাগানত উদ্ধাৰ অস্ত্ৰ ভাণ্ডাৰ। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হাবিৰ মাজত …

এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা কাবাডী খেলুৱৈৰ জীৱন সংগ্রাম

আজিজ আলী নালবাৰী : এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা কাবাডী খেলুৱৈৰ জীৱন সংগ্রাম। পদপথত চাহৰ দোকান দি মহিলা কাবাডী খেলুৱৈ গৰাকীয়ে চলাই গৈছে জীৱন সংগ্ৰাম। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হোৱাৰ পিছতো আজি পৰ্যন্ত চৰকাৰৰ দৃষ্টি নপৰিল মহিলা কাবাডী খেলুৱৈ গৰাকীৰ ওপৰত। মহিলা …