ওদালগুৰিত ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ সংঘাত

তীৰ্থ শৰ্মাৰ সহযোগত যতীন নাথ ওদালগুৰি : ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ সংঘাত। বিশেষকৈ জিলাখনৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰজাগড়, আটাৰীখাট, ডিমাকুছি, কালিখোলা, নালাপাৰা, ভূটিয়াচাং, নোনাইপাৰা আদি অঞ্চলত নিতৌ …

জুৰীয়াত ড্ৰাগছ আৰু নগদ ধনসহ গ্ৰেপ্তাৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

জুৰীয়া : জুৰীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জুৰীয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ আৰু নগদ ধনসহ গ্ৰেপ্তাৰ কৰে। কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনে দীর্ঘদিন ধৰি অঞ্চলটোত চলাই আছিল ড্ৰাগছৰ বেহা। নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী …

বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জব্দ জীৱ জন্তুৰ অংগ

বোকাজান : বোকাজান আৰক্ষীৰ বৃহৎ সাফল্য। বোকাজান আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জীৱ জন্তুৰ অংগ। এখন ডাম্পাৰৰ টেংকিৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৬০ পেকেট ড্ৰাগছ। হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাড়ৰ লগতে বহু জীৱ জন্তুৰ অংগ জব্দ কৰিছে …

মঙলবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ২ হাজাৰ ৮৩৭ জন লোক 

গুৱাহাটী : মঙলবাৰৰ দিনটোত অসমত ক’ভিডত আক্রান্ত হৈছে ২ হাজাৰ ৮৩৭ জন লোক। মৃত্যুৰ হৈছে ২ জন ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে মঙলবাৰৰ দিনটোত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৪৪৯ জন। ক্ৰমাৎ ভয়াবহভাৱে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। …

লাহৰিজানত জব্দ ১০ কোটি টকা মূল্যৰ হেৰ’ইন

লাহৰিজান : লাহৰিজানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এখন টকাৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ১০ কোটি টকা মূল্যৰ হেৰ’ইন। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন। ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান। …

৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ গ্ৰাম্য স্বাস্থ্য নিৰিক্ষক

আজাৰা : উৎকোচ লৈ পুনৰ হাতে লোতে ধৰা পৰিল এগৰাকী চৰকাৰী বিষয়া। মহানগৰীৰ ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰত ৫০ হাজাৰ টকা উৎকোচলৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিল গ্ৰাম্য স্বাস্থ্য নিৰিক্ষক। উৎকোচলৈ গ্ৰেপ্তাৰ হোৱা ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ গ্ৰাম্য স্বাস্থ্য নিৰিক্ষক …

বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৭ লক্ষাধিক টকাৰ সম্পত্তি

নুৰুদ্দিন বিলাসীপাৰা : বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ। এখন গেলামাল দোকান আৰু এখন ঔষধৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত। প্ৰায় ৭ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত। মঙলবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। …

উত্তৰ প্ৰদেশ বিজেপিত এটাৰ পিছত আনটো মোক্ষম আঘাত

নিউজ ডেস্ক : উত্তৰ প্ৰদেশ বিজেপিত এটাৰ পিছত আনটো মোক্ষম আঘাত। বিজেপি ত্যাগ কৰিছে যোগী আদিত্যনাথ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে। মন্ত্ৰীজনৰ পদত্যাগৰ পিছতে বিজেপিৰ তিনিজনকৈ বিধায়কে মোক্ষম আঘাত দিছে শাসনাধিস্থ দলটোক। উত্তৰ প্ৰদেশৰ শাসনাধিস্থ বিজেপি দলৰ এজন মন্ত্রীসহ তিনিজনকৈ বিধায়ক কাষ চাপিছে …

টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিধায়িকা নন্দিতা দাসে যোগান ধৰিলে এম্বুলেন্স

আব্দুল হক নগৰবেৰা : অৱশেষত দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল নগৰবেৰাৰ টুপামাৰীবাসীৰ। টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিধায়িকা নন্দিতা দাসে বিধায়ক পুঁজিৰ ধনেৰে যোগান ধৰিলে এখন এম্বুলেন্স। বিধায়িকা গৰাকীয়ে নিজেই এম্বুলেন্স চলাই টুপামাৰী স্বাস্থ্য কেন্দ্ৰত আনুষ্ঠানিকভাৱে মুকলি কৰিলে এম্বুলেন্স সেৱাৰ। কথা …

সোমবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ২ হাজাৰ ১৯৮ জন লোক

গুৱাহাটী : সোমবাৰৰ দিনটোত অসমত ক’ভিডত আক্রান্ত হৈছে ২ হাজাৰ ১৯৮ জন লোক। মৃত্যুৰ হৈছে ২ জন ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সোমবাৰৰ দিনটোত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৪১৬ জন। ক্ৰমাৎ ভয়াবহভাৱে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। …