জলপাইগুৰিত ৰে’ল দুর্ঘটনা : তিনিজনকৈ যাত্ৰী নিহত
নিউজ ডেস্ক : পশ্চিম বংগৰ জলপাইগুৰিত ভয়াবহ ৰে’ল দুর্ঘটনা। বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছৰ ১২ টাকৈ ডবা লাইনচ্যুত। এই ভয়াবহ ৰে’ল দুর্ঘটনাত তিনিজনকৈ লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। আহত হৈছে কেইবাজনো যাত্ৰী। উৰুকাৰ দিনটোতে এক ভয়াবহ ৰে’ল দুর্ঘটনা। বিহাৰৰ ৰাজধানী পটনাৰ পৰা …