শিৱসাগৰত লিভাৰ ট্ৰেন্সপ্লেন্টৰ নামত দুষ্ট চক্ৰৰ ভয়ংকৰ বেহা
আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতী পাৰিক শিৱসাগৰ : শিৱসাগৰত লিভাৰ ট্ৰেন্সপ্লেন্টৰ নামত দুষ্ট চক্ৰৰ ভয়ংকৰ বেহা। এগৰাকী ৰোগাক্ৰান্ত কিশোৰীৰ পৰিয়ালৰ পৰা কৌশলেৰে ধন সৰকোৱা কুখ্যাত চক্ৰৰ নায়ক দেৱজিত শৰ্মা ওৰফে ৰাজীৱ শৰ্মা আৰক্ষীৰ জালত। উজনিৰ বিভিন্ন ৰোগাক্ৰান্ত ব্যক্তিক প্ৰবঞ্চনাৰে লাখ লাখ …