ডিজিটেল মিডিয়া ‘দ্য নিউজ মিল’ৰ ফটোগ্ৰাফী প্ৰতিযোগিতা
গুৱাহাটী : গুৱাহাটীস্থিত ডিজিটেল মিডিয়া সংগঠন ‘দ্য নিউজ মিলে’ উত্তৰ-পূব ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতাৰ ওপৰত আলোকপাত কৰি এক বিশেষ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ সৈতে ইয়াৰ পঞ্চম বৰ্ষ উদযাপন কৰিছে। ডিজিটেল মিডিয়া ষ্টাৰ্ট-আপটোৱে “চেলিব্ৰেটিং মেজিকেল নৰ্থইষ্ট” নামৰ এখন ফটো প্ৰতিযোগিতা ঘোষণা কৰিছে য’ত ফটোগ্ৰাফাৰসকলক …