উপ-নিৰ্বাচনত কংগ্ৰেছে চাৰিটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব
গুৱাহাটী : অহা ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া পাঁচটা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিত কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰে এটা সমষ্টি এৰি দিব ৰাইজৰ দলক। ইফালে উপ-নিৰ্বাচন তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও মাজুলী সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰদান নকৰে। …