কংগ্ৰেছ এৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে : তৃণমূল কংগ্ৰেছত যোগদনাৰ সম্ভাৱনা
গুৱাহাটী : কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰিলে। ছোনীয়া গন্ধলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে সুস্মিতা দেৱে। ইয়াৰ লগতে কংগ্ৰেছৰ দলৰ প্ৰাক্তন সাংসদ গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত নিজকে কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্য বুলিও উল্লেখ কৰিলে। কংগ্ৰেছ দলৰ বেয়া …