উপ-নিৰ্বাচন : ইউপিপিএলৰ দুই প্ৰাৰ্থীৰ নাম ঘোষণা
নিউজ ডেস্ক : আগন্তক উপ-নিৰ্বাচনৰ বাবে ইউপিপিএলে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ইউপিপিএলে দুই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কিৰলে ইউপিপিএলে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে টুইটাৰযোগে প্ৰাৰ্থীৰ তালিকাৰ ফটো শ্বেয়াৰ কৰিছে। অহা ৩০ অক্টোবৰত অনুষ্ঠিত …