মন্ত্ৰী পীযুষ হাজৰীকাই বিশ্বনাথত আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীৰ বিধৱা সাহায্য আঁচনি

বিশ্বনাথ : বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ’মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ক’ভিডৰ ফলত স্বামীহাৰা হোৱা প্ৰায় …

গোলাঘাট আৰু ডিফুত বৃহৎ পৰিমাণৰ ড্ৰাগছ জ্বলালে মুখ্যমন্ত্ৰীয়ে

সাজিদূৰ ৰহমান ডিফু : গোলাঘাট আৰু ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জ্বলালে বৃহৎ পৰিমাণৰ ড্ৰাগছ। অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ পথ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। অসমত এখন ড্ৰাগছমুক্ত সমাজ গঠন কৰাৰ বাবে …

টোকৰাবান্দা পাহাৰত কিয় উদ্ধাৰ হৈছে এটাৰ পিছত আনটো মৃতদেহ

নুৰুদ্দিন বিলাসীপাৰা : চাপৰৰ সোনামুখীত পুনৰ উদ্ধাৰ মৃতদেহ। শুকুৰবাৰে দিনৰ ভাগত চাপৰৰ সোনামুখীৰ টোকৰাবান্দা পাহাৰত উদ্ধাৰ হয় মৃতদেহ। যোৱা ৫ জুলাইতো টোকৰাবান্দা পাহাৰত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ। টোকৰাবান্দা পাহাৰত এটাৰ পিছত আনটো মৃতদহে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ …

মুকালমুৱাৰ গোৰাক্ষাট্টাৰীত হাবিৰ মাজত উদ্ধাৰ এগৰাকী অৰ্ধউলংগ যুৱতী

আজিজ আলী মুকালমুৱা : মুকালমুৱাৰ গোৰাক্ষাট্টাৰীত চাঞ্চল্যকৰ ঘটনা৷ হাবিৰ মাজত হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ এগৰাকী অৰ্ধউলংগ যুৱতী৷ হাত-ভৰি বান্ধি থোৱা অৱস্থাত যুৱতী গৰাকীক প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷ নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত গোৰাক্ষাট্টাৰীত হাবিৰ মাজত উদ্ধাৰ হয় এগৰাকী অৰ্ধউলংগ যুৱতী। …

বাজেটক লৈ বিত্ত মন্ত্রীক ধন্যবাদ আৰু অভিনন্দন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী : বিত্ত মন্ত্রী অজন্তা নেওগে অসম বিধান সভাত শুকুৰবাৰে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটখনক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন জনকল্যাণমুখী বাজেট বুলি অভিহিত কৰে। মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ বাবে আজি এক গৌৰৱৰ দিন। প্রথমবাৰৰ বাবে এগৰাকী মহিলাই বিত্ত …

ড্ৰাগছ মাফিয়াৰ মূৰৰ কামোৰণী আই পি এছ বিষয়া বৈভৱ চি নিম্বালকাৰ

শিলচৰ : অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসমৰ লক্ষ্য আগত ৰাখি ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। বিগত সময়ছোৱাত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও উল্লেখযোগ্য সাফল্য লাভ কৰিছে। ইতিমধ্যে উজনিৰ পৰা নামনিলৈকে চলা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে বৃহৎ …

গোলাঘাট জিলাত ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা : ২৪ ঘণ্টাই থাকিব সান্ধ্য আইন

গোলাঘাট ১৫ জুলাই গোলাঘাট জিলাত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব। গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ …

শুকুৰবাৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধি পাব ৩ টকাকৈ

গুৱাহাটী  ১৫ জুলাই গুৱাহাটী মহানগৰবাসীৰ বাবে বেয়া খবৰ। গুৱাহাটীত পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য। শুকুৰবাৰৰ পৰা ৩ টকাকৈ বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰৰ মূল্য। বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পে’ট্ৰল-ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় …

উকিয়ামত নদীত গা ধুবলৈ গৈ কামৰূপ জিলাৰ পলাশবাৰীৰ এজন যুৱকৰ মৃত্যু

ছায়গাঁও ১৫ জুলাই কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৰ বনভোজস্থলী উকিয়ামত সংঘটিত হৈছে যে শোকবাহ ঘটনা। তিনিটাকৈ নদীৰ সংগমস্থলী উকিয়ামত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটে। গৰমৰ পৰা ৰক্ষা পাবলৈ সমনীয়াৰ সৈতে উকিয়ামত গা ধুবলৈ গৈছিল যুৱকজনে। পলাশবাৰীৰ ৰামপুৰৰ ৰাজ …

চন্দ্ৰপুৰত আৰক্ষীৰ লাঠী চালনাত আহত কেইবাগৰাকী প্ৰতিবাদকাৰী

চন্দ্ৰপুৰ ১৪ জুলাই চন্দ্ৰপুৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠী চালনা। আৰক্ষীৰ লাঠীৰ প্ৰহাৰত আহত কেইবাগৰাকী প্ৰতিবাদকাৰী। ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ওলাই আহিছিল চন্দ্ৰপুৰ ছাত্ৰ সন্থা। ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত আৰক্ষীৰ লাঠী চালনাক কেন্দ্ৰ কৰি চন্দ্ৰপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহানগৰ গুৱাহাটীৰ …