ইউ এল বি নামৰ উগ্ৰপন্থী সংগঠনকলৈ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া
জোনমণি বেগম বিশ্বনাথ : বড়োভূমিত নতুনকৈ গঠন হোৱা ইউনাইটেড লিবাৰেশ্যন অফ বড়োলেণ্ড নামৰ উগ্ৰপন্থী সংগঠনকলৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিধায়ক পদ্ম হাজৰিকাই কয় “তেওঁলোক যদিহে অসম মাতৃৰ সন্তান হয় তেনেহলে আলোচনাৰ মাধ্যমৰে তেওঁলোকৰ সমস্যা সমাধান কৰক। …