গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে হঠাৎ অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে
দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আৰক্ষীয়ে গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। বিগত তিনিদিন ধৰি দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই কেইবাজনো গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। দক্ষিণ …