গৃহৰক্ষী জোৱান বৰচিং বে’ক আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিপত্র প্রদান কৰিলে মুখ্যমন্ত্রীয়ে

গুৱাহাটী ২৬ জুন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱন চৌহদত অসম আৰক্ষীৰ দ্বাৰা আয়ােজিত এক অনুষ্ঠানত গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে সততা আৰু সাহসিকতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা বৰচিং বে’ক অসম আৰক্ষীৰ কনিষ্টবল পদত আনুষ্ঠানিকভাৱে নিযুক্তিপত্র প্রদান কৰে। উল্লেখ্য …

মহানগৰীত তিনিটাকৈ বনৰীয়া হাতীৰ মৰ্নিং ৱাক

গুৱাহাটী  ২৫ জুন মহানগৰী গুৱাহাটীত পুনৰ বনৰীয়া হাতীৰ মৰ্নিং ৱাক। তিনিটাকৈ বনৰীয়া হাতীৰ মৰ্নিং ৱাক মহানগৰীৰ ৰাজপথত। কেৱল মৰ্নিং ৱাকেই নহয় হাতী তিনিটা ৰাজপথতেই ব্ৰেকফাষ্ট কৰিলে। আমচাং বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতী তিনিটা। মহানগৰী গুৱাহাটীৰ সাতগাঁও অঞ্চলত শুকুৰবাৰে পুৱাৰ …

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ‘মাডাৰ্ছ অ’ল্ড এজ হোম’ত উপস্থিত হয় মন্ত্ৰী অজন্তা নেওগ

গুৱাহাটী ২৪ জুন মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে বৃহস্পতিবাৰে ‘মাডাৰ্ছ অ’ল্ড এজ হোম’ত উপস্থিত হয় মন্ত্ৰী অজন্তা নেওগ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হোম’ত উপস্থিত হৈ মন্ত্ৰী অজন্তা নেওগে শেহতীয়াকৈ বৃদ্ধাৱাসনখনৰ পৰিচালনাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বেমেজালিৰ …

সেনা বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত স্কুটি আৰোহী

জোনমণি বেগম বিশ্বনাথ ২৩ জুন সেনা বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত স্কুটি আৰোহী। বুধবাৰে পুৱাৰ ভাগতে বিশ্বনাথত সংঘটিত হৈছে এক শোকবাহ পথ দুর্ঘটনা। বিশ্বনাথৰ দগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনা বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটি আৰোহী। নিহত …

মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ২ কোটি ৫৫ লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট

গুৱাহাটী ২৩ জুন মহানগৰ আৰক্ষীয়ে পুনৰ লাভ কৰিলে এক বৃহৎ সাফল্য। আৰক্ষীয়ে ধাৰাপুৰ মজলীত ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিলে ২ কোটি ৫৫ লাখ টকা মুল্যৰ নিচাজাতীয় টেবলেট। ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকা ছফিকুল ইছলাম আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন …

নাজিৰাত ক’ভিড টীকাকৰণ ব্যৱস্থাৰ বুজ ললে অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

নাজিৰা  ২২ জুন ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলাবাৰে নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা নাট্য মন্দিৰ, শিমলুগুৰি নাট্য মন্দিৰ, বৰচিলা চাহ বাগিচা আৰু মেকিপুৰ চাহ বাগিচাত নিৰ্মিত মডেল প্ৰতিষেধক কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে …

বিলাসীপৰাত আৰক্ষীৰ অভিযানত জব্দ ৫ হাজাৰ লিটাৰ কেৰাচিন তেল

বিলাসীপৰা ২১ জুন ধুবুৰী জিলাৰ বিলাসীপৰাত আৰক্ষীৰ অভিযান। চোৰাং কেৰাচিন তেল ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৫ হাজাৰ লিটাৰ কেৰাচিন তেল। চোৰাং তেল ব্যৱসায়ৰ লগত জড়িত এজন লোক আটক। বিলাসীপৰাৰ পশুৱাৰখাল তৃতীয় খণ্ড গাঁৱত অবৈধ তেল মাফিয়াৰ বিৰুদ্ধে …

অন্ধকাৰ নামিছে টেন্ট হাউচৰ ব্যৱসায়ৰ লগত জড়িত সহশ্ৰাধিক পৰিয়ালৰ ওপৰত

গুৱাহাটী ২০ জুন ক’ভিড মহামাৰীৰ ফলত এতিয়া তীব্ৰ সংকটত ভুগিছে টেন্ট হাউচ সমুহৰ মালিক আৰু কৰ্মচাৰী। ক’ভিড মহামাৰীৰ ফলত যোৱা ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰা লকডাউনৰ ফলত প্ৰায় ১০ মাহ টেন্ট হাউচৰ ব্যৱসায় বন্ধ হৈ আছে। ফলত টেণ্ট হাউচ সমূহৰ …

বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত বিদ্যুতপৃষ্ট হৈ এজন কৰ্মচাৰীৰ মৃত্যু

জোনমণি বেগম বিশ্বনাথ ১৯ জুন বিশ্বনাথ চাৰিআলিৰ বিদ্যুৎ বিভাগৰ অন্তৰ্গত পাভৌ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অধীনত সংঘটিত হৈছে অঘটন। পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত চালাইকাঠি গাঁও পঞ্চায়তৰ এটা এঘাৰ হাজাৰ ভল্টৰ বিদ্যুৎ খুটাত এজন অস্থায়ী কৰ্মচাৰী কাম কৰি থকা সময়ত বিদ্যুৎ …

পথৰ ওপৰত অভিনৱ প্ৰতিবাদ ৰাইজৰ : ধৰিলে মাছ, ৰুলে কঠিয়া

জোনমণি বেগম বিশ্বনাথ ১৮ জুন হঠাৎ বিশ্বনাথত উঠিল মাছৰ উজান৷ হাতত জাল, জুলুকি, চেপাঁ লৈ মাছ ধৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ৷ কিন্তু মাজৰ পৰিৱৰ্তে উঠিল শিলগুটিহে কাৰণ পুখুৰী বা বিলত নহয়, ৰাইজে মাছ ধৰিছিল পথত। বিশ্বনাথৰ মাজ-মজিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় …