সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত পোষ্ট কৰি বৰপেটাৰ দুই যুৱক গ্ৰেপ্তাৰ
আজিজুল হক বৰপেটা : তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰা সকল সাৱধান। বৰপেটা আৰক্ষীয়ে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত পোষ্ট কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। তালিবানৰ সমৰ্থনত পোষ্ট কৰা মাজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান নামৰ দুজন যুৱকক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ …