এটা হাঁহৰ পোৱালিক কেন্দ্ৰ কৰি মানকাচৰত মহাভাৰত
মানকাচৰ ২৪ মে’ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত মৈশালডাঙ্গা গাঁৱত সোমবাৰে পুৱা প্ৰায় ৮ বজাত এটা হাঁহৰ পোৱালিক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। মাৰপিটৰ ঘটনাত উভয় পক্ষৰ ২০ জনকৈ লোক আহত হোৱাৰ লগতে ৫ …