যুৱতীৰ মোবাইলত ফোন কৰাকলৈ সংঘটিত হোৱা মাৰপিটত এজন নিহত
মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী তেলধালাত যুৱতীক ফোন কৰাক লৈ দুই ফৈদৰ মাজত মাৰপিট। মাৰপিটৰ ঘটনাত নিহত এজন যুৱক, আহত কেইবাজনো লোক। ঘৰত অগ্নি সংযোগ, ভস্মীভূত তিনিটাকৈ ঘৰ। গাঁওসভা চলি থকাৰ মাজতে আৰম্ভ হয় মাৰপিটৰ ঘটনা। এটা ফৈদৰ পৰিয়ালে ঘৰ …